Artwork

Contenido proporcionado por Kiran Chandra Nath. Todo el contenido del podcast, incluidos episodios, gráficos y descripciones de podcast, lo carga y proporciona directamente Kiran Chandra Nath o su socio de plataforma de podcast. Si cree que alguien está utilizando su trabajo protegido por derechos de autor sin su permiso, puede seguir el proceso descrito aquí https://es.player.fm/legal.
Player FM : aplicación de podcast
¡Desconecta con la aplicación Player FM !

Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ)

11:27
 
Compartir
 
Manage episode 415280342 series 3268531
Contenido proporcionado por Kiran Chandra Nath. Todo el contenido del podcast, incluidos episodios, gráficos y descripciones de podcast, lo carga y proporciona directamente Kiran Chandra Nath o su socio de plataforma de podcast. Si cree que alguien está utilizando su trabajo protegido por derechos de autor sin su permiso, puede seguir el proceso descrito aquí https://es.player.fm/legal.
Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ) অসমী ব্যাকৰণ। এটা শব্দত প্ৰকাশ কৰা। অসমীয়া ৰচনা কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱা আৰু চহকী অসমী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই বিষয় ব্যাকৰণ দিয়া হৈছে । #### যি আনৰ ভাল দেখিব নোৱাৰা __পৰশ্ৰীকাতৰ , চকুচৰহা । যি আনৰ অধীন _ পৰাধীন যি আনৰ অধীন নহয় _ স্বাধীন। যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে _ডকাইত । যি লোকে বিশ্বাস ৰাখিব নোৱাৰে_অবিশ্বাসী । যি মাটিৰ উৎপাদিকা শক্তি নাই__ অনূবৰ। যি মাটিৰ সাৰ নাই_ অসাৰুৱা । ঘাঁহৰে ভৰা ঠাই ঘাঁহনি । যি কথাৰ অৰ্থ নাই _ নিৰ্থক, অৰ্থহীন, অৰ্থশূণ্য। খাবলৈ অনা কলপুলি _পচলা । কলেৰে ভৰা ঠাই _ সলনি । কাণেৰে নুশুনা যি মানুহ_ কলা যি কাপোৰ বব জানে _ শিপিনী । গৰু বন্ধা ঠাই_ গোহালী । ম'হ বন্ধা ঠাই _খুটি । যি মাগি খায়-- মগনীয়াৰ । যি খুজি খায় খোজনীয়াৰ । যি দীৰ্ঘকাল জীয়াই থাকে__দীৰ্ঘজীৱী । গোটেই জীৱন জুৰি _আজীৱন । যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে_ আত্মনিৰ্ভৰশীল , স্বাৱলম্বী। যি নিজৰ ওপৰত নিৰ্ভৰ কৰি নচলে _পৰনিৰ্ভৰশীল । যি বস্তু দিব পৰা নাযায় _অদেয় । যি কথা জনা নাজায়_অজ্ঞাত , অজানিত । যাক সহজতে লাভ কৰা যায় _ সুলভ,অনায়াসলভ্য, সহজলভ্য
  continue reading

594 episodios

Artwork
iconCompartir
 
Όλα τα επεισόδια

×
 
Loading …

Bienvenido a Player FM!

Player FM está escaneando la web en busca de podcasts de alta calidad para que los disfrutes en este momento. Es la mejor aplicación de podcast y funciona en Android, iPhone y la web. Regístrate para sincronizar suscripciones a través de dispositivos.

Guia de referencia rapida

Escucha este programa mientras exploras
Reproducir